বেটুপাত
|
সকলো লোকেই বৰঙণি আগবঢ়াব পৰা ই এক মুক্ত পুথিভঁৰাল।
অসমীয়া ভাষাৰ ৱিকিউৎসত বর্তমান ১,৫০২ টা লেখা আৰু ৯৮ খন গ্ৰন্থ আছে।
|
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
এই মাহৰ নিৰ্বাচিত লেখা
ঊষা-হৰণ (পদ্ম পুৰাণৰ এটি ভাগ), লেখক- সুকবি নাৰায়ণদেৱ
চান্দে বোলে শুনা ৰাণী আমাৰ বচন৷
মোৰেই শপত তুমি নকৰা ক্ৰন্দন॥
দৈৱৰ নিবন্ধে তোমাৰ ছয় পুত্ৰ মৰে৷
আমাৰ কুশলে পুত্ৰ হৈবো তোমাৰ ঘৰে॥
সোণাই সহিতে চান্দো আছন্ত কৌতুকে৷
ৰথে থাকি পদ্মাৱতী দেখয় সন্মুখে॥
যুগুতি কৰিলা পদ্মা নেতাৰ সহিতে৷
চন্দ্ৰধৰৰ পূজা বৈনী খাইবো কেন মতে॥
নেতা বোলে শুনা পদ্মা আমাৰ বচন৷
ইন্দ্ৰৰ পুৰীক তুমি কৰহ গমন॥
তেবেসে জিনিবা কাৰ্য্য জয় বিষহৰি৷
ঊষা অনিৰুদ্ধ আনা ইন্দ্ৰত ভিক্ষা কৰি॥
ঊষাক জন্ম দিবা নিয়া শাহে ৰাজাৰ ঘৰে৷
অনিৰুদ্ধক দিবা জন্ম সোণেকা উদৰে॥
দুয়ো জনক জন্ম দিবা জাতিষ্মৰ কৰিয়া৷
শাহে চান্দো মিলি দুইকো কৰাই দিবো বিয়া ॥
কালৰাত্ৰি লখিন্দাৰক খাইবো কালী নাগে৷
ভাসাইয়া দিবো সাধু গুঞ্জুৰী সাগৰে॥
এই মাহৰ সহযোগিতামূলক কাম
- ডেচ্দিমোনা কাব্য (১৯১৭)- সম্পূৰ্ণ
- মালচ (১৯১৮)- সম্পূৰ্ণ
- তিৰুতাৰ আত্মদান কাব্য (১৯১৩)- বৈধকৰণ বাকী
- কমতাপুৰ ধ্বংস কাব্য আৰু বিৰহিণী বিলাপ কাব্য (১৯১২)- বৈধকৰণ বাকী
- আভাস কাব্য (১৯১৪)- মুদ্ৰণ সংশোধন বাকী
অন্যান্য
- হৰেশ্বৰ শৰ্ম্মাৰ নন্দী-সম্বাদ (১৯০৮)- সম্পূৰ্ণ
নতুন লেখাসমূহ
- অসমীয়া অদ্ভুত ৰামায়ণ- ৰঘূনাথ দাস মহন্ত (মুদ্ৰণ সংশোধন বাকী)
- অশৌচ-তত্ব সংগ্ৰহ- ৰত্নেশ্বৰ শৰ্ম্মা (মুদ্ৰণ সংশোধন বাকী)
- কাইথেলী অঙ্ক - দণ্ডীৰাম দত্ত (মুদ্ৰণ সংশোধন বাকী)
- গীতগোবিন্দ- ৰাম সৰস্বতী (মুদ্ৰণ সংশোধন বাকী)
- অসমীয়া ল'ৰাৰ ব্যাকৰণ - দীনবন্ধু তৰ্কালঙ্কাৰ (মুদ্ৰণ সংশোধন বাকী)
- চাণক্য - ৰামপতি (মুদ্ৰণ সংশোধন বাকী)
- আদিপাঠ - আগছোৱা - কালীনাথ হাজৰিকা (মুদ্ৰণ সংশোধন বাকী)
- হত্যাকাৰী কোন - দণ্ডিনাথ কলিতা (মুদ্ৰণ সংশোধন বাকী)
- শঙ্কৰদেৱ - লক্ষ্মীনাথ বেজবৰুৱা (মুদ্ৰণ সংশোধন বাকী)
- দক্ষ-যজ্ঞ - বেণুধৰ ৰাজখোৱা (মুদ্ৰণ সংশোধন বাকী)
- কেন্দ্ৰ সভা - সত্যনাথ বৰা (মুদ্ৰণ সংশোধন বাকী)
- অসমীয়া মৌখিক অঙ্ক - জয়চন্দ্ৰ চক্ৰবৰ্ত্তি (মুদ্ৰণ সংশোধন বাকী)
- Subject Of Examination In The Assamese Language - মহেশ্বৰ গোস্বামী (মুদ্ৰণ সংশোধন বাকী)
ৱিকিউৎসৰ বিষয়ে
ৱিকিউৎস বিচৰণ কৰক
ৱিকিউৎসৰ বাহিৰে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আৰু কেইবাটাও বহুভাষিক মুক্ত প্ৰকল্প আছে।
ৱিকিমিডিয়া প্ৰকল্পসমূহৰ ব্যৱস্থাপনা |
মুক্ত বিশ্বকোষ |
অভিধান আৰু সমাৰ্থক শব্দকোষ |
মুক্ত পাঠ্যপুথি আৰু হাতপুথি |
অংশীদাৰী মিডিয়া ভঁৰাল |
উক্তি আৰু উদ্ধৃতিৰ সংগ্ৰহালয় |
জীৱপ্ৰজাতি নিৰ্দেশিকা |
মুক্ত উৎসৰ বাতৰি |
মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম |