বেটুপাত
|
সকলো লোকেই বৰঙণি আগবঢ়াব পৰা ই এক মুক্ত পুথিভঁৰাল।
অসমীয়া ভাষাৰ ৱিকিউৎসত বর্তমান ১,৫০৫ টা লেখা আৰু ১০৩ খন গ্ৰন্থ আছে।
|
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
এই মাহৰ নিৰ্বাচিত লেখা
মিৰি-জীয়ৰী- লেখক: ৰজনীকান্ত বৰদলৈ
"মিৰি জীয়ৰী" ৰজনীকান্ত বৰদলৈ ৰচিত আৰু ১৮৯৪ চনত প্ৰথম প্ৰকাশিত এখন অসমীয়া উপন্যাস। মিচিংসকলক আগতে "মিৰি" বুলি উল্লেখ কৰা হৈছিল। এটা সৰল প্ৰেম কাহিনীক ভিত্তি কৰি লিখা এই উপন্যাসত সেই সময়ৰ মিচিং সমাজৰ কিছুমান পৰম্পৰা আৰু নীতি-নিয়মো বৰ্ণনা কৰা হৈছে।
এই অসম দেশৰ লক্ষীমপুৰ জিলাত সোৱণশিৰী নামেৰে এখন নৈ আছে। এই নৈখন অসমৰ উত্তৰত থকা মিৰি আৰু ডফলাৰ পৰ্ব্বত-লানীৰ পৰা ওলাই উত্তৰ লক্ষীমপুৰৰ মাজেদি বাগৰি মাজুলীৰ খেৰকটীয়া নৈত পৰিছেগৈ। খেৰকটীয়া এখন বেলেগ নৈ নহয়। ব্ৰহ্মপুত্ৰ্ৰ ঠাল এটা মাথোন। ঘাই ব্ৰহ্মপুত্ৰৰ পৰা ফাটি আহি সোৱণশিৰীত পৰিছে। আজি কালিও লক্ষীমপুৰ আৰু মাজুলীৰ সাধাৰণ শ্ৰেণীৰ মানুহৰ ভিতৰত এনেকুৱা প্ৰবাদ আছে যে ব্ৰহ্মপুত্ৰ বাবাই আগবাঢ়ি আহি, তেওঁৰ পৰম ৰূপৱতী সৰ্বগুণে বিভূষিতা ভাৰ্য্যা সোৱণশিৰীক বাটৰে পৰাই আদৰি নিছে। যি ঠাইত সোৱণশিৰী আৰু খেৰকটীয়া লগ লাগিছে, সেই ঠাইৰে পৰা যিখন নৈ হৈছে তাৰ নাম লুইত। লুইত লক্ষীমপুৰ আৰু মাজুলীৰ মাজেদি বাগৰি পচিম মুখে ব্ৰহ্মপুত্ৰত পৰিছে। (সম্পূৰ্ণ পঢ়ক)
এই মাহৰ সহযোগিতামূলক কাম
- অসমৰ বুৰঞ্জী (পাঠ্য স্তৰৰ প্ৰয়োজন)
- গদাধৰ (পাঠ্য স্তৰৰ প্ৰয়োজন)
- গাওঁবুঢ়া (পাঠ্য স্তৰৰ প্ৰয়োজন)
- গীতাসাৰ (পাঠ্য স্তৰৰ প্ৰয়োজন)
- জয়মতী (পাঠ্য স্তৰৰ প্ৰয়োজন)
- জুৰণি (পাঠ্য স্তৰৰ প্ৰয়োজন)
- টেটোন তামুলি (পাঠ্য স্তৰৰ প্ৰয়োজন)
- ভূত নে ভ্ৰম (পাঠ্য স্তৰৰ প্ৰয়োজন)
- লাহৰী (পাঠ্য স্তৰৰ প্ৰয়োজন)
- লীলা (পাঠ্য স্তৰৰ প্ৰয়োজন)
- সাধনী (পাঠ্য স্তৰৰ প্ৰয়োজন)
নতুন লেখাসমূহ
- অসমীয়া অদ্ভুত ৰামায়ণ- ৰঘূনাথ দাস মহন্ত (মুদ্ৰণ সংশোধন বাকী)
- অশৌচ-তত্ব সংগ্ৰহ- ৰত্নেশ্বৰ শৰ্ম্মা (মুদ্ৰণ সংশোধন বাকী)
- কাইথেলী অঙ্ক - দণ্ডীৰাম দত্ত (মুদ্ৰণ সংশোধন বাকী)
- গীতগোবিন্দ- ৰাম সৰস্বতী (মুদ্ৰণ সংশোধন বাকী)
- চাণক্য - ৰামপতি (মুদ্ৰণ সংশোধন বাকী)
- আদিপাঠ - আগছোৱা - কালীনাথ হাজৰিকা (মুদ্ৰণ সংশোধন বাকী)
- হত্যাকাৰী কোন - দণ্ডিনাথ কলিতা (মুদ্ৰণ সংশোধন বাকী)
- শঙ্কৰদেৱ - লক্ষ্মীনাথ বেজবৰুৱা (মুদ্ৰণ সংশোধন বাকী)
- দক্ষ-যজ্ঞ - বেণুধৰ ৰাজখোৱা (মুদ্ৰণ সংশোধন বাকী)
- কেন্দ্ৰ সভা - সত্যনাথ বৰা (মুদ্ৰণ সংশোধন বাকী)
- অসমীয়া মৌখিক অঙ্ক - জয়চন্দ্ৰ চক্ৰবৰ্ত্তি (মুদ্ৰণ সংশোধন বাকী)
- Subject Of Examination In The Assamese Language - মহেশ্বৰ গোস্বামী (মুদ্ৰণ সংশোধন বাকী)
ৱিকিউৎসৰ বিষয়ে
ৱিকিউৎস বিচৰণ কৰক
ৱিকিউৎসৰ বাহিৰে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আৰু কেইবাটাও বহুভাষিক মুক্ত প্ৰকল্প আছে।
ৱিকিমিডিয়া প্ৰকল্পসমূহৰ ব্যৱস্থাপনা |
মুক্ত বিশ্বকোষ |
অভিধান আৰু সমাৰ্থক শব্দকোষ |
মুক্ত পাঠ্যপুথি আৰু হাতপুথি |
অংশীদাৰী মিডিয়া ভঁৰাল |
উক্তি আৰু উদ্ধৃতিৰ সংগ্ৰহালয় |
জীৱপ্ৰজাতি নিৰ্দেশিকা |
মুক্ত উৎসৰ বাতৰি |
মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম |