বেটুপাত
|
সকলো লোকেই বৰঙণি আগবঢ়াব পৰা ই এক মুক্ত পুথিভঁৰাল।
অসমীয়া ভাষাৰ ৱিকিউৎসত বৰ্তমান ১,৭৮৫ টা লেখা আৰু ২০৪ খন পূৰ্ণাংগ গ্ৰন্থ আছে।
|
| |||||||||||||||||||||||||||||||||||||||||||||||||||||||||||||
এই মাহৰ নিৰ্বাচিত লেখা
লভিতা- লেখক: জ্যোতিপ্ৰসাদ আগৰৱালা
ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাই (১৯১৭-১৯৫১) ৰচনা কৰা "লভিতা" নাটকখন ১৯৪৮ চনত প্ৰকাশ হয়। নাট্যকাৰৰ কোৱা মতে ই এখন নাটকীয় বাস্তৱমূলক কাহিনী। অসমৰ জনসাধাৰণৰ ওপৰত বিয়াল্লিছ চনৰ বিপ্লৱ আৰু অসমৰ ওপৰেদি যোৱা দ্বিতীয় মহাসমৰৰ ঢৌৱে কেনেদৰে প্ৰতিক্ৰিয়া কৰিছিল তাকেই এই নাটকত বাস্তৱিক চিত্ৰ আঁকি দেখুৱাব খোজা হৈছে।
গোলাঘাট “লহৰজান এয়াৰড্ৰম”ৰ তেনেই ওচৰৰ বহল পথাৰৰ কাষত ফুলগুৰি গাঁৱৰ বাণেশ্বৰ বৰুৱাৰ ঘৰৰ আগচোতাল। এফালে ভঁড়াল-ঘৰটো দেখা গৈছে আৰু এফালে বহু দূৰলৈকে পথাৰ দেখা গৈছে। দূৰৈত নগা পৰ্ব্বতৰ শাৰী জিলিকি আছে। সময় সন্ধিয়াৰ আগভাগ। লহিওৱা বেলিৰ ৰ'দ এচেৰেঙা আহি চোতালত জিক্মিকাই আছে। ঘৰৰ ওপৰেদি থোকাৰ তামোল গছ আৰু আম লেটেকুৰ গছ দেখা গৈছিল। ভঁড়ালৰ কাষত এজোপা নাহৰ গছ আৰু আগত এজোপা তগৰ ফুলি আছিল। বহাগ সোমাইছে মাথোন। দূৰণিৰ পৰা টকা, পেপাৰ মাত আৰু ৰিণিকি ৰিণিকিকৈ বনগীত মাজে মাজে শুনো-নুশুনোকৈ ভাহি আহিছিল। বাণেশ্বৰ বৰুৱাৰ গাভৰু জীয়েক চোতালতে মূঢ়া এটাত বহি এৰী সূতা কাটি আছিল। ওচৰতে এটা কুকুৰ-পোৱালিয়ে হাঁহকেইটামানক খেদাখেদি কৰি কুঁ-কুৱাই ফুৰিছিল। বাণেশ্বৰ বৰুৱাৰ জীয়েকৰ নাম লভিতা। দেখিবলৈ বগা আৰু শুৱনী। তাই মাজে মাজে বনগীত এফাঁকি দুফাঁকি গায় কুকুৰটোলৈ চাই হাঁহে, আকৌ বন-গীত গাই তাই ৰ'লে কেতিয়াবা দূৰৈৰ বনগীত এফাঁকি উটি আহে। তাই ৰ' লাগি ৰৈ শুনে। তাৰ পিছত নিজেই গায়।.... (সম্পূৰ্ণ পঢ়ক)
এই মাহৰ সহযোগিতামূলক কাম
- কেন্দ্ৰ সভা (সম্পূৰ্ণ
) - চিন্তা-কলি (মুদ্ৰণ সংশোধন বাকী)
- সাহিত্য-বিচাৰ (মুদ্ৰণ সংশোধন বাকী)
নতুন লেখাসমূহ
- পঢ়াশলীয়া অভিধান (১৯০৬)— হেমচন্দ্ৰ বৰুৱা
- নীতি কথা (১৮৭৫)— অজ্ঞাত
- উজুপাঠ— বলদেৱ মহন্ত
- স্তুতি মালা— তৰুণ ৰাম ফুকন
- সীতাহৰণ-কাব্য— ভোলানাথ দাস
- কামৰত্ন তন্ত্ৰ— হেমচন্দ্ৰ গোস্বামী
- লৱ-কুশৰ যুদ্ধ— অজ্ঞাত
- গোপীৰ বস্ত্ৰ হৰণ— অজ্ঞাত
- গৃহ-লক্ষ্মী— নবীন চন্দ্ৰ বৰদলৈ
- বিষহৰিৰ জন্ম— নাৰায়ণদেৱ
- কৰ্মবীৰ চন্দ্ৰনাথ— দণ্ডিনাথ কলিতা
ৱিকিউৎসৰ বিষয়ে
ৱিকিউৎস বিচৰণ কৰক
ৱিকিউৎসৰ বাহিৰে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ আৰু কেইবাটাও বহুভাষিক মুক্ত প্ৰকল্প আছে।
ৱিকিমিডিয়া প্ৰকল্পসমূহৰ ব্যৱস্থাপনা |
মুক্ত বিশ্বকোষ |
অভিধান আৰু সমাৰ্থক শব্দকোষ |
মুক্ত পাঠ্যপুথি আৰু হাতপুথি |
অংশীদাৰী মিডিয়া ভঁৰাল |
উক্তি আৰু উদ্ধৃতিৰ সংগ্ৰহালয় |
জীৱপ্ৰজাতি নিৰ্দেশিকা |
মুক্ত উৎসৰ বাতৰি |
মুক্ত শিক্ষা মাধ্যম আৰু কাৰ্যক্ৰম |